This file is indexed.
/usr/share/help/as/gnome-help/accounts-which-application.page is in gnome-user-guide 3.14.1-1.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
<?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" xmlns:its="http://www.w3.org/2005/11/its" type="topic" style="task" id="accounts-which-application" xml:lang="as">
<info>
<link type="guide" xref="accounts"/>
<link type="seealso" xref="accounts-disable-service"/>
<revision pkgversion="3.8.2" date="2013-05-22" status="review"/>
<revision pkgversion="3.13.92" date="2014-09-20" status="review"/>
<credit type="author copyright">
<name>বেপটিস্ট মিলে-মেথিয়াচ</name>
<email its:translate="no">baptistem@gnome.org</email>
<years>2012, 2013</years>
</credit>
<credit type="editor">
<name>মাইকেল হিল</name>
<email its:translate="no">mdhillca@gmail.com</email>
</credit>
<credit type="editor">
<name>আন্দ্ৰে ক্লেপাৰ</name>
<email its:translate="no">ak-47@gmx.net</email>
</credit>
<desc>এপ্লিকেচনসমূহে <app>অনলাইন একাওন্টসমূহ</app> ত সৃষ্টি কৰা একাওন্টসমূহ আৰু সিহতে ব্যৱহাৰ কৰা সেৱাসমূহ ব্যৱহাৰ কৰিব পাৰিব।</desc>
</info>
<app>অনলাইন একাওন্টসমূহ</app> ক বহিৰ্তম এপ্লিকেচনসমূহে নিজক স্বচালিতভাৱে সংৰূপণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব।
<list>
<item>
<app>Evolution</app>, ইমেইল এপ্লিকেচন। আপোনাৰ ইমেইল একাওন্টক <app>Evolution</app> লৈ স্বচালিতভাৱে যোগ কৰা হব, সেয়েহে ই আপোনাৰ মেইল উদ্ধাৰ কৰি, আপোনাৰ একাওন্টলৈ অভিগম প্ৰদান কৰিব, আৰু আপোনাৰ Google কাৰ্য্যক্ৰমত আপোনাৰ কেলেন্ডাৰ বস্তবোৰ প্ৰদৰ্শন কৰিব।
</item>
<item>
<app>Empathy</app>, তৎক্ষনাত বাৰ্তা এপ্লিকেচন। আপোনাৰ অনলাইন একাওন্ট যোগ কৰা হব আৰু আপুনি আপোনাৰ বন্ধুসকলৰ সৈতে যোগাযোগ কৰিব পাৰিব।
</item>
<item>
<app>পৰিচয়সমূহ</app>, যি আপোনাক আপোনাৰ পৰিচয়সমূহ চোৱাৰ আৰু সম্পাদনা কৰাৰ অনুমতি দিয়ে।
</item>
<item>
<app>দস্তাবেজসমূহ</app> এ আপোনাৰ অনলাইন দস্তাবেজসমূহ অভিগম কৰি প্ৰদৰ্শন কৰিব পাৰে।
</item>
</list>
<app>Empathy</app> এ এই একাওন্টসমূহক আপোনাক অনলাইন সংযুক্ত কৰিবলৈ আৰু আপোনাৰ পৰিচয়সমূহ, বন্ধুসকল, আৰু অনুকৰকসকলৰ সৈতে চেট কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব।
<app>Documents</app> can access your online documents in Microsoft
OneDrive and display them.
আপুনি এবাৰ এটা Exchange একাওন্ট সৃষ্টি কৰাৰ পিছত, <app>Evolution</app> এ এই একাওন্টৰ পৰা মেইলসমূহ উদ্ধাৰ কৰা আৰম্ভ কৰিব।
যেতিয়া এটা ownCloud একাওন্ট সংস্থাপন কৰা হয়, <app>Evolution</app> পৰিচয়সমূহ আৰু কেলেন্ডাৰ সাক্ষাৎকাৰসমূহ অভিগম আৰু সম্পাদন কৰিবলৈ সক্ষম হয়।
<app>ফাইলসমূহ</app> আৰু অন্য এপ্লিকেচনসমূহে ownCloud ইনস্টলেষণত আপোনাৰ অনলাইন ফাইলসমূহ তালিকাভুক্ত কৰি অভিগম কৰিবলৈ সক্ষম হব।
</page>