This file is indexed.
/usr/share/help/as/gnome-help/mouse-problem-notmoving.page is in gnome-user-guide 3.14.1-1.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
<?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" type="topic" style="problem" id="mouse-problem-notmoving" xml:lang="as">
<info>
<link type="guide" xref="mouse#problems"/>
<desc>আপোনাৰ মাউছ কাম কৰিছে নে নাই কেনেকৈ নিৰীক্ষণ কৰিব।</desc>
<revision pkgversion="3.8.0" version="0.3" date="2013-03-13" status="candidate"/>
<credit type="author">
<name>ফিল বুল</name>
<email>philbull@gmail.com</email>
</credit>
<credit type="author">
<name>শ্বণ মেকেন্স</name>
<email>shaunm@gnome.org</email>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
</info>
<links type="section"/>
যদি আপোনাৰ এটা কেবুলৰ সৈতে মাউছ আছে, ই আপোনাৰ কমপিউটাৰৰ সৈতে ভালকৈ প্লাগ্গড্ আছে নে পৰিক্ষা কৰি চাওক।
If it is a USB mouse (with a rectangular connector), try plugging it in to a
different USB port. If it is a PS/2 mouse (with a small, round connector with
six pins), make sure that it is plugged in to the green mouse port rather
than the purple keyboard port. You may need to restart the computer if it was
not plugged in.
<steps>
<item>
<gui>কাৰ্য্যসমূহ</gui> অভাৰভিউৰ পৰা <app>টাৰ্মিনেল</app> এপ্লিকেচন খোলক।
</item>
<item>
টাৰ্মিনেল উইন্ডোত, ইয়াত উপস্থিত হোৱা ধৰণে <cmd>xsetpointer -l | grep Pointer</cmd> টাইপ কৰক, আৰু <key>Enter</key> টিপক।
</item>
<item>
মাউচ ডিভাইচসমূহৰ এটা সৰু তালিকা উপস্থিত হব। চাওক যে অন্তত এটা বস্তু তাৰ কাষত <sys>[XExtensionPointer]</sys> কয়, আৰু এটা <sys>[XExtensionPointer]</sys> বস্তুৰ বাওঁফালে মাউছৰ নাম আছে।
</item>
<item>
If there is no entry that has the name of the mouse followed by
<sys>[XExtensionPointer]</sys>, then the mouse was not recognized by your
computer. If the entry exists, your mouse was recognized by your computer.
In this case you should check that the mouse is
<link xref="mouse-problem-notmoving#plugged-in">plugged in</link> and in
<link xref="mouse-problem-notmoving#broken">working condition</link>.
</item>
</steps>
যদি আপোনাৰ মাউছৰ এটা ক্ৰমিক (RS-232) সংযুক্তক আছে, ইয়াক কাৰ্য্যকৰী কৰাবলৈ আপুনি কিছুমান অতিৰিক্ত স্তৰ পৰিৱেশন কৰিব লাগিব। স্তৰসমূহ আপোনাৰ মাউছৰ নিৰ্মাণ অথবা আৰ্হিৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।
মাউছ চিনাক্তকৰণৰ সৈতে সমস্যাবোৰ ঠিক কৰাটো জটিল হব পাৰে। যদি আপুনি উপলব্ধ কৰিছে যে আপোনাৰ মাউছ সঠিকভাৱে চিনাক্ত কৰা হোৱা নাই আপোনাৰ বিতৰণ অথবা বিক্ৰেতাৰ পৰা সমৰ্থন বিচাৰক।
মাউছক এটা ভিন্ন কমপিউটাৰত প্লাগ কৰক আৰু চাওক সঁচাকৈ ই কাৰ্য্য কৰে নে।
If the mouse is an optical or laser mouse, a light should be shining out
of the bottom of the mouse if it is turned on.  If there is no light, check
that it is turned on.  If it is and there is still no light, the mouse may be
broken.
<list>
<item>
মাউছ অন থকাটো সুনিশ্চিত কৰক। সাধাৰণৰ মাউছৰ তলত মাউছক সম্পূৰ্ণ বন্ধ কৰিবলৈ এটা চুইচ থাকে, ই সকলো সময় অন নথাকৈ আপুনি ইয়াক এঠাইৰ পৰা আন ঠাইলৈ লৰাব পাৰিব।
</item>
<item>
যদি আপুনি এটা ব্লুটুথ মাউছ ব্যৱহাৰ কৰি আছে, আপুনি সেই মাউছক আপোনাৰ কমপিউটাৰৰ সৈতে যোৰ কৰাটো সুনিশ্চিত কৰক। <link xref="bluetooth-connect-device"/> চাওক।
</item>
<item>
এটা বুটাম ক্লিক কৰক আৰু মাউচ এতিয়া লৰিছে নে চাওক। কিছুমান বেতাঁৰ মাউছে শক্তি সংৰক্ষণ কৰিবলৈ, নিদ্ৰাত যায়, সেয়েহে আপুনি এটা বুটাম ক্লিক নকৰালৈকে প্ৰতিক্ৰিয়া নকৰিব। <link xref="mouse-wakeup"/> চাওক।
</item>
<item>
মাউছৰ বেটাৰি চাৰ্জ্ড আছে নে পৰিক্ষা কৰক।
</item>
<item>
সুনিশ্চিত কৰক যে গ্ৰাহক (ডঙল) কমপিউটাৰৰ সৈতে সঠিকভাৱে প্লাগ ইন কৰা আছে।
</item>
<item>
যদি আপোনাৰ মাউছ আৰু গ্ৰাহকে ভিন্ন ৰেডিঅ' চেনেলত কাৰ্য্য কৰিব পাৰে, সিহতে দুয়োটাই একেটা চেনেল সংহতি কৰাটো সুনিশ্চিত কৰক।
</item>
<item>
আপুনি এটা সংযোগ স্থাপন কৰিবলৈ মাউছ, গ্ৰাহক অথবা দুয়োটাতে এটা বুটাম টিপিব লগা হব পাৰে। এনে ক্ষেত্ৰত আপোনাৰ মাউছৰ নিৰ্দেশ হাতপুথিত অধিক বিৱৰণ থাকিব।
</item>
</list>
Most RF (radio) wireless mice should work automatically when you plug them
into your computer. If you have a Bluetooth or IR (infrared) wireless mouse,
you may need to perform some extra steps to get it working. The steps might
depend on the make or model of your mouse.
</page>