/usr/share/help/as/gnome-help/music-player-newipod.page is in gnome-user-guide 3.14.1-1.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 | <?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" type="topic" style="problem" id="music-player-newipod" xml:lang="as">
<info>
<link type="guide" xref="media#music"/>
<credit type="author">
<name>GNOME তথ্যচিত্ৰ প্ৰকল্প</name>
<email>gnome-doc-list@gnome.org</email>
</credit>
<desc>একদম-নতুন iPods ক ব্যৱহাৰ কৰাৰ আগত iTunes চফ্টৱেৰ ব্যৱহাৰ কৰি সংস্থাপন কৰিব লাগিব।</desc>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
</info>
<title>মোৰ নতুন iPod কাম কৰা নাই</title>
<p>যদি আপোনাৰ এটা নতুন iPod আছে যাক আগতে কেতিয়াও এটা কমপিউটাৰৰ সৈতে সংযোগ কৰা হোৱা নাই, ইয়াক এটা Linux কমপিউটাৰৰ সৈতে সংযোগ কৰোতে সঠিকভাৱে চিনাক্ত নহব। ইয়াৰ কাৰণ হল iPods ক <app>iTunes</app> চফ্টৱেৰ ব্যৱহাৰ কৰি সংস্থাপন আৰু আপডেইট কৰিব লাগে, যি কেৱল Windows আৰু Mac OS ত চলে।</p>
<p>আপোনাৰ iPod ক সংস্থাপন কৰিবলৈ, এটা Windows অথবা Mac কমপিউটাৰত iTunes ইনস্টল কৰক আৰু ইয়াক প্লাগ কৰক। ইয়াক সংস্থাপন কৰিবলৈ আপুনি কেইটিমান স্তৰ অনুকৰণ কৰিব লাগিব। যদি <gui>ভলিউম বিন্যাস</gui> ৰ বিষয়ে সোধা হয়, <gui>MS-DOS (FAT)</gui>, <gui>Windows</gui> অথবা সদৃশ বাছক। অন্য বিন্যাস (HFS/Mac) Linuxৰ সৈতে ভালদৰে কাম নকৰে।</p>
<p>আপুনি এবাৰ সংস্থাপন সম্পূৰ্ণ কৰাৰ পিছত, iPod সাধাৰণত কাম কৰিব লাগে যেতিয়া আপুনি ইয়াক এটা Linux কমপিউটাৰত প্লাগ ইন কৰে।</p>
</page>
|