/usr/share/help/as/gnome-help/power-willnotturnon.page is in gnome-user-guide 3.14.1-1.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 | <?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" type="topic" style="problem" id="power-willnotturnon" xml:lang="as">
<info>
<link type="guide" xref="power#problems"/>
<link type="guide" xref="hardware-problems-graphics" group="#last"/>
<revision pkgversion="3.4.0" date="2012-02-20" status="review"/>
<desc>ঢিলা কেবুল আৰু হাৰ্ডৱেৰ সমস্যাবোৰ সম্ভাব্য কাৰণ।</desc>
<credit type="author">
<name>GNOME তথ্যচিত্ৰ প্ৰকল্প</name>
<email>gnome-doc-list@gnome.org</email>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
</info>
আপোনাৰ কমপিউটাৰ আৰম্ভ নহোৱাৰ কেইবাটাও কাৰণ আছে। এই বিষয়ে কিছুমান সম্ভাব্য কাৰণৰ এটা সংক্ষিপ্ত বিৱৰণ দিয়ে।
Make sure that the power cables of the computer are firmly plugged in and
the power outlets are switched on. Make sure that the monitor is plugged in
and switched on too. If you have a laptop, connect the charging cable (in
case it has run out of battery). You may also want to check that the battery
is correctly fitted in place (check the underside of the laptop) if it is
removable.
আপোনাৰ কমপিউটাৰৰ এটা উপাদান ভঙা অথবা ভুলভাৱে কাৰ্য্য কৰি থাকিব পাৰে। যদি এনে ক্ষেত্ৰ হয়, আপুনি আপোনাৰ কমপিউটাৰ মেৰামতি কৰোৱাৰ প্ৰয়োজন হব। সাধাৰণ ত্ৰুটিসমূহত অন্তৰ্ভুক্ত হয় ভগ্ন শক্তি যোগান একক, ভুলভাৱে লগোৱা উপাদানসমূহ (যেনে মেমৰি/RAM) আৰু এটা ত্ৰুটিপূৰ্ণ মাদাৰবৰ্ড।
If the computer beeps several times when you turn it on and then turns off
(or fails to start), it may be indicating that it has detected a problem.
These beeps are sometimes referred to as beep codes, and the pattern
of beeps is intended to tell you what the problem with the computer is.
Different manufacturers use different beep codes, so you will have to consult
the manual for your computer's motherboard, or take your computer in for
repairs.
প্ৰথম সুনিশ্চিত কৰক যে আপোনাৰ মনিটৰ প্লাগ্গড্ ইন আছে আৰু অন অৱস্থাত আছে।
এই সমস্যা এটা হাৰ্ডৱেৰ ত্ৰুটিৰ বাবে হব পাৰে। আপুনি পাৱাৰ বুটাম টিপোতে ফেনসমূহ অন হব পাৰে, কিন্তু কমপিউটাৰৰ অন্য গুৰত্বপূৰ্ণ অংশবোৰ আৰম্ভ নহব পাৰে। এই ক্ষেত্ৰত, আপোনাৰ কমপিউটাৰক মেৰামতিৰ বাবে লৈ যাওক।
</page>