/usr/share/help/as/gnome-help/printing-streaks.page is in gnome-user-guide 3.14.1-1.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 | <?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" type="topic" style="problem" id="printing-streaks" xml:lang="as">
<info>
<link type="guide" xref="printing#problems"/>
<link type="seealso" xref="printing-inklevel"/>
<revision pkgversion="3.4.0" date="2012-02-19" status="candidate"/>
<revision pkgversion="3.13.92" date="2012-02-19" status="candidate"/>
<credit type="author">
<name>GNOME তথ্যচিত্ৰ প্ৰকল্প</name>
<email>gnome-doc-list@gnome.org</email>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
<desc>যদি প্ৰিন্ট-আউটসমূহ স্টিকি, ফেডিং, অথবা ৰঙহিন হয়, আপোনাৰ চিয়াঁহী স্তৰ নিৰীক্ষণ কৰক অথবা প্ৰিন্ট হেড সফা কৰক।</desc>
</info>
যদি আপোনাৰ প্ৰিন্ট-আউটসমূহ স্ট্ৰিকি, ফেডেড, থাকিব নলগিয়া ৰেখা থাকে, অথবা বৈশিষ্ট্য কম হয়, ই প্ৰিন্টাৰ এটা সমস্যা অথবা নিম্ন চিয়াঁহী/টনাৰ যোগানৰ বাবে হব পাৰে।
<list>
<item>
স্লান লিখনী অথবা ছবিসমূহ
আপোনাৰ চিয়াঁহী অথবা টনাৰ কম হব পাৰে। আপোনাৰ চিয়াঁহী/টনাৰ নিৰীক্ষণ কৰক আৰু প্ৰয়োজন সাপেক্ষে এটা নতুন কাৰ্ট্ৰিজ কিনক।
</item>
<item>
স্ট্ৰিক আৰু ৰেখাসমূহ
যদি আপোনাৰ এটা ইঙ্কজেট প্ৰিন্টাৰ আছে, প্ৰিন্ট হেড লেতেৰা অথবা আংশিকভাৱে ৰোধিত থাকিব পাৰে। প্ৰিন্ট হেড পৰিষ্কাৰ কৰি চাওক (নিৰ্দেশৰ বাবে প্ৰিন্টাৰৰ হাতপুথি চাওক)।
</item>
<item>
ভুল ৰঙবোৰ
প্ৰিন্টাৰত এটা ৰঙৰ চিয়াঁহী অথবা টনাৰ শেষ হৈছে। আপোনাৰ চিয়াঁহী/টনাৰ যোগান নিৰীক্ষণ কৰক আৰু প্ৰয়োজন সাপেক্ষে এটা নতুন কাৰ্ট্ৰিজ কিনক।
</item>
<item>
জেগ্গড ৰেখাবোৰ, অথবা ৰেখাবোৰ পোন নহয়
যদি আপোনাৰ প্ৰিন্ট-আউটত সিধা থাকিব লগিয়া ৰেখা জেগ্গড আহে, আপুনি প্ৰিন্ট হেড সংৰেখন কৰিব লগিয়া হব পাৰে। ইয়াক কেনেকৈ কৰিব জানিবলৈ প্ৰিন্টাৰৰ নিৰ্দেশ হাতপুথি চাওক।
</item>
</list>
</page>