/usr/share/help/as/gnome-help/shell-windows-states.page is in gnome-user-guide 3.14.1-1.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 | <?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" xmlns:if="http://projectmallard.org/if/1.0/" type="topic" style="task" version="1.0 if/1.0" id="shell-windows-states" xml:lang="as">
<info>
<link type="guide" xref="shell-windows#working-with-windows"/>
<revision pkgversion="3.4.0" date="2012-03-24" status="candidate"/>
<revision pkgversion="3.13.92" date="2014-09-22" status="candidate"/>
<credit type="author copyright">
<name>শ্বণ মেকেন্স</name>
<email>shaunm@gnome.org</email>
<years>2012</years>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
<desc>অধিক ভালদৰে কাৰ্য্য কৰিবলৈ উইন্ডোসমূহক এটা কাৰ্য্যস্থানত সজাওক।</desc>
</info>
আপুনি অধিক দক্ষতাৰে কাম কৰিবলে উইন্ডোসমূহক স্থানান্তৰ আৰু পুনৰ আকাৰ দিব পাৰিব। আপুনি আশা কৰিব পৰা টনা ব্যৱহাৰৰ অতিৰিক্তে, GNOME এ আপুনি উইন্ডোসমূহ দ্ৰুত সংঘটিত কৰাত সহায় কৰিবলে চৰ্টকাট আৰু পৰিবৰ্তকসমূহ প্ৰদান কৰে।
<list>
<item>
Move a window by dragging the titlebar, or hold down
<key xref="keyboard-key-super">Super</key> and drag anywhere in the
window. Hold down <key>Shift</key> while moving to snap the window to the
edges of the screen and other windows.
</item>
<item>
এটা উইন্ডোৰ প্ৰান্ত অথবা চুক টানি এটা উইন্ডোক পুনৰ আকাৰ দিয়ক। পুনৰ আকাৰ দিওতে <key>Shift</key> ধৰি থওক যাতে উইন্ডো পৰ্দা আৰু অন্য উইন্ডোসমূহৰ প্ৰান্তৰ সৈতে খাপ খায়।
শীৰ্ষকবাৰত ডাঙৰ কৰক বুটাম ক্লিক কৰি আপুনি এটা ডাঙৰ অৱস্থাত থকা উইন্ডোক পুনৰ আকাৰ দিব পাৰিব।
</item>
<item>
কেৱল কিবৰ্ড ব্যৱহাৰ কৰি এটা উইন্ডোক স্থানান্তৰ কৰক অথবা পুনৰ আকাৰ দিয়ক। উইন্ডোক স্থানান্তৰ কৰিবলৈ <keyseq><key>Alt</key><key>F7</key></keyseq> টিপক অথবা পুনৰ আকাৰ দিবলৈ <keyseq><key>Alt</key><key>F8</key></keyseq> টিপক। পুনৰ আকাৰ দিবলৈ এৰ কি'সমূহ ব্যৱহাৰ কৰক, তাৰ পিছত সম্পূৰ্ণ কৰিবলৈ <key>Enter</key> টিপক, অথবা প্ৰকৃত অৱস্থান আৰু আকাৰলৈ উভতি যাবলৈ <key>Esc</key> টিপক।
</item>
<item>
পৰ্দাৰ ওপৰলৈ টানি আনি <link xref="shell-windows-maximize">এটা উইন্ডোক সৰ্বাধিক আকাৰলৈ নিয়ক</link>। এটা উইন্ডোক এটা কাষত সৰ্বাধিক আকাৰলৈ নিবলৈ, উইন্ডোক পৰ্দাৰ এটা কাষত টানক, আপোনাক <link xref="shell-windows-tiled">উইন্ডোসমূহ কাষে কাষে</link> থোৱাৰ অনুমতি দি।
</item>
</list>
</page>