/usr/share/help/as/gnome-help/sound-crackle.page is in gnome-user-guide 3.14.1-1.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 | <?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" type="topic" style="problem" id="sound-crackle" xml:lang="as">
<info>
<link type="guide" xref="sound-broken"/>
<revision pkgversion="3.4.0" date="2012-02-19" status="outdated"/>
<revision pkgversion="3.13.92" date="2014-09-22" status="review"/>
<credit type="author">
<name>GNOME তথ্যচিত্ৰ প্ৰকল্প</name>
<email>gnome-doc-list@gnome.org</email>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
<desc>আপোনাৰ অডিঅ' কেবুল আৰু শব্দ কাৰ্ড ড্ৰাইভাৰসমূহ নিৰীক্ষণ কৰক।</desc>
</info>
যদি আপোনাৰ কমপিউটাৰ চলোতে আপুনি ফট্ফট অথবা গুঞ্জন শুনি পায়, আপোনাৰ অডিঅ' কেবুল অথবা সংযুক্তক এটা সমস্যা হব পাৰে, অথবা শব্দ কাৰ্ডৰ বাবে ড্ৰাইভাৰসমূহৰ সৈতে এটা সমস্যা হব পাৰে।
<list>
<item>
স্পিকাৰসমূহ সঠিকভাৱে প্লাগ ইন আছে নে নিৰীক্ষণ কৰক।
যদি স্পিকাৰসমূহ সম্পূৰ্ণভাৱে প্লাগ্গড্ ইন নহয়, অথবা যদি সিহত ভুল চকেটত প্লাগ্গড ইন আছে, আপুনি এটা গুঞ্জন শুনি পাব।
</item>
<item>
স্পিকাৰ/হেডফোন কেবুল নষ্ট নহয় বুলি সুনিশ্চিত কৰক।
অডিঅ' কেবুল আৰু সংযুক্তক ব্যৱহাৰৰ সৈতে বেয়া হয়। কেবুল অথবা হেডফোনক অন্য অডিঅ' ডিভাইচ (যেনে এটা MP3 প্লেয়াৰ অথবা এটা CD প্লেয়াৰ) ত প্লাগ কৰি চাওক এতিয়া ফট্ফটনি শব্দ হৈছে নে। যদি হৈছে, আপুনি কেবুল অথবা হেডফোন প্ৰতিস্থাপন কৰিব লাগিব।
</item>
<item>
শব্দৰ ড্ৰাইভাৰসমূহ ভাল হয় নে পৰিক্ষা কৰক।
Some sound cards don't work very well on Linux because they don't have very
good drivers. This problem is more difficult to identify. Try searching for
the make and model of your sound card on the internet, plus the search term
"Linux", to see if other people are having the same problem.
আপোনাৰ শব্দ কাৰ্ডৰ বিষয়ে অধিক তথ্য প্ৰাপ্ত কৰিবলৈ <cmd>lspci</cmd> কমান্ড ব্যৱহাৰ কৰিব পাৰিব।
</item>
</list>
</page>