This file is indexed.
/usr/share/help-langpack/as/gnome-help/about-this-guide.page is in language-pack-gnome-as-base 1:16.04+20160415.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
<?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" type="topic" style="tip" id="about-this-guide" xml:lang="as">
<info>
<link type="guide" xref="more-help"/>
<desc>ডেস্কটপ সহায় ব্যৱহাৰ কৰিবলৈ কিছু সম্ভেদ।</desc>
<credit type="author">
<name>GNOME তথ্যচিত্ৰ প্ৰকল্প</name>
<email>gnome-doc-list@gnome.org</email>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
</info>
এই সহায়কক আপোনাৰ ডেস্কটপৰ বৈশিষ্ট্যসমূহৰ বিষয়ে কবলৈ, আপোনাৰ কমপিউটাৰ-প্ৰাসংগিক প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ, আৰু আপোনাৰ কমপিউটাৰ সঠিকভাৱে ব্যৱহাৰ কৰাত সহায় কৰিবলৈ, ৰূপাঙ্কণ কৰা হৈছে। আমি এই সহায়কক যিমান সম্ভব সহজ কৰাৰ চেষ্টাৰ কৰিছো:
<list>
<item>
এই সহায়কক সৰু, কাৰ্য্য-প্ৰাসংগিক বিষয়বোৰত সমন্বয় কৰা হৈছে--পাঠত নহয়। ইয়াৰ বাবে আপোনাক আপোনাৰ প্ৰশ্নৰ উত্তৰ বাবে এটা সম্পূৰ্ণ হাতপুথি পঢ়াৰ প্ৰয়োজন নহয়।
</item>
<item>
প্ৰাসংগিক বস্তুবোৰ একেলগে থোৱা হৈছে। কিছুমান পৃষ্ঠাৰ তলত থকা "আৰু চাওক" লিঙ্কসমূহে আপোনাক প্ৰাসংগিক বিষয়েবোৰলৈ নিব। ই এটা নিৰ্দিষ্ট কাৰ্য্য পৰিৱেশন কৰিবলৈ সহায়ক সদৃশ বিষয়বোৰ সন্ধান কৰাটো সহজ কৰে।
</item>
<item>
ই বিল্ট-ইন সন্ধান অন্তৰ্ভুক্ত কৰে। সহায় ব্ৰাউছাৰৰ ওপৰত থকা বাৰ হল এটা সন্ধান বাৰ, আৰু আপুনি টাইপ কৰা আৰম্ভ কৰাৰ লগে লগে প্ৰাসংগিক ফলাফলসমূহ উপস্থিত হোৱা আৰম্ভ হব।
</item>
<item>
সহায়কক নিয়মিতভাৱে উন্নত কৰা হৈছে। যদিও আমি আপোনাক সহায়ক তথ্যৰ এটা সম্পূৰ্ণ সংহতি প্ৰদান কৰাৰ চেষ্টা কৰো, আমি জানো আমি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ ইয়াত দিব নোৱাৰিম। আমি তথ্যক অধিক সহায়ক কৰিবলৈ অধিক তথ্য যোগ কৰি থাকিম।
</item>
</list>
ডেস্কটপ সহায় পঢ়িবলৈ সময় দিয়াৰ বাবে ধন্যবাদ। আমি আন্তঃৰিকতাৰে কামনা কৰো যদি আপোনাক ইয়াক ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা কেতিয়াও নহয়।
-- GNOME তথ্যচিত্ৰ দল
</page>