This file is indexed.

/usr/share/help-langpack/as/gnome-help/color-gettingprofiles.page is in language-pack-gnome-as-base 1:16.04+20160415.

This file is owned by root:root, with mode 0o644.

The actual contents of the file can be viewed below.

 1
 2
 3
 4
 5
 6
 7
 8
 9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
<?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" type="topic" style="task" id="color-gettingprofiles" xml:lang="as">

  <info>
    <link type="guide" xref="color#profiles"/>
    <link type="seealso" xref="color-why-calibrate"/>
    <link type="seealso" xref="color-whatisprofile"/>
    <link type="seealso" xref="color-missingvcgt"/>
    <desc>ৰঙৰ আলেখ্যবোৰ বিক্ৰেতাসকলৰ দ্বাৰা প্ৰদান কৰা হয় আৰু আপুনি নিজেই সৃজন কৰিব পাৰিব।</desc>

    <credit type="author">
      <name>ৰিচাৰ্ড হিউগ্চ</name>
      <email>richard@hughsie.com</email>
    </credit>
    <include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
  </info>

  <title>ৰঙৰ আলেখ্যসমূহ মই ক'ত পাম?</title>

  <p>আলেখ্যসমূহ প্ৰাপ্ত কৰাৰ উত্তম পদ্ধতি হল সিহতক নিজেই সৃজন কৰা, যদিও ইয়াৰ বাবে কিছুমান আৰম্ভণি বিন্যাসৰ প্ৰয়োজন হয়।</p>
  <p>বহুতো নিৰ্মাতায় ডিভাইচসমূহৰ বাবে ৰঙৰ আলেখ্য প্ৰদান কৰাৰ চেষ্টা কৰে, যদিও কেতিয়াবা সিহত <em>ড্ৰাইভাৰ বাণ্ডল</em> ত থাকে যাক আপুনি ডাউনল'ড কৰি, নিষ্কাষণ কৰি ৰঙৰ আলেখ্যসমূহ সন্ধান কৰিব লগিয়া হব পাৰে।</p>
  <p>কিছুমান নিৰ্মাতায় হাৰ্ডৱেৰৰ বাবে সঠিক আলেখ্য প্ৰদান নকৰে আৰু সেই আলেখ্যসমূহ বাদ দিয়াটোৱে উচিত। এটা ভাল বুদ্ধি হল আলেখ্যা ডাউনল'ড কৰা, আৰু যদি সৃষ্টিৰ তাৰিখ আপুনি ডিভাইচ কিনাৰ তাৰিখ এবছৰ আগৰ, তেন্তে তথ্য খুব সম্ভব কৃত্ৰিম তথ্য সৃজন হৈছে আৰু ই মূল্যহিন।</p>

  <p>বিক্ৰেতা দ্বাৰা প্ৰদান কৰা আলেখ্যসমূহ সাধাৰণত মূল্যহীনতকৈ অধম কিয় হয় জানিবলৈ <link xref="color-why-calibrate"/> চাওক।</p>

</page>