This file is indexed.
/usr/share/help-langpack/as/gnome-help/net-wireless-troubleshooting-hardware-check.page is in language-pack-gnome-as-base 1:16.04+20160415.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
<?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" xmlns:its="http://www.w3.org/2005/11/its" type="topic" style="task" id="net-wireless-troubleshooting-hardware-check" xml:lang="as">
<info>
<link type="next" xref="net-wireless-troubleshooting-device-drivers"/>
<link type="guide" xref="net-wireless-troubleshooting"/>
<revision pkgversion="3.4.0" date="2012-03-05" status="outdated"/>
<revision pkgversion="3.10" date="2013-11-10" status="review"/>
<revision pkgversion="3.18" date="2015-09-28" status="final"/>
<credit type="author">
<name>Ubuntu তথ্যচিত্ৰ ৱিকিৰ অৱদানকাৰীসকল</name>
</credit>
<credit type="author">
<name>GNOME তথ্যচিত্ৰ প্ৰকল্প</name>
<email its:translate="no">gnome-doc-list@gnome.org</email>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
<desc>যদিও আপোনাৰ বেতাঁৰ এডাপ্টাৰ সংযুক্ত থাকে, ইয়াক হয়তো কমপিউটাৰে সঠিকভাৱে চিনাক্ত কৰা নাই।</desc>
</info>
<subtitle>সুনিশ্চিত কৰক যে বেতাঁৰ এডাপ্টাৰ চিনাক্ত কৰা হৈছিল</subtitle>
যদিও বেতাঁৰ এডাপ্টাৰ কমপিউটাৰৰ সৈতে সংযুক্ত আছে, ইয়াক হয়তো কমপিউটাৰ দ্বাৰা এটা নেটৱাৰ্ক ডিভাইচ ৰূপে চিনাক্ত কৰা হোৱা নাই। এই স্তৰত, আপুনি ডিভাইচ সঠিকভাৱে চিনাক্ত কৰা হৈছিল নে নিৰীক্ষণ কৰিব।
<steps>
<item>
এটা টাৰ্মিনেল খোলক, <cmd>lshw -C network</cmd> টাইপ কৰক আৰু <key>Enter</key> টিপক। যদি ই এটা ত্ৰুটি বাৰ্তা দিয়ে, আপুনি হয়তো আপোনাৰ কমপিউটাৰৰ বাবে <app>lshw</app> প্ৰগ্ৰাম ইনস্টল কৰিব লাগিব।
</item>
<item>
উপস্থিত হোৱা তথ্য চাওক আৰু বেতাঁৰ আন্তঃপৃষ্ঠ অংশ চাওক। যদি আপোনাৰ বেতাঁৰ এডাপ্টাৰ সঠিকভাৱে চিনাক্ত কৰা হৈছিল, আপুনি ইয়াৰ সৈতে কিবা সদৃশ দেখা পাব (কিন্তু একে নহয়):
*-network
description: Wireless interface
product: PRO/Wireless 3945ABG [Golan] Network Connection
vendor: Intel Corporation
</item>
<item>
যদি এটা বেতাঁৰ ডিভাইচ তালিকাভুক্ত থাকে, <link xref="net-wireless-troubleshooting-device-drivers">ডিভাইচ ড্ৰাইভাৰসমূহ স্তৰ</link> ত যাওক।
যদি এটা বেতাঁৰ ডিভাইচ তালিকাভুক্ত নহয়, আপুনি লোৱা পৰৱৰ্তী স্তৰসমূহ আপুনি ব্যৱহাৰ কৰা ডিভাইচৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰিব। তলত কমপিউটাৰৰ সৈতে প্ৰাসংগিক বেতাঁৰ এডাপ্টাৰ ধৰণৰ অংশ চাওক (<link xref="#pci">internal PCI</link>, <link xref="#usb">USB</link>, অথবা <link xref="#pcmcia">PCMCIA</link>)।
</item>
</steps>
অভ্যন্তৰীক PCI এডাপ্টাৰসমূহ আটাইতকৈ সাধাৰণ, আৰু বিগত কিছু বছৰত নিৰ্মাণ কৰা বেছিৰভাগ লেপটপত পোৱা যায়। আপোনাৰ PCI বেতাঁৰ এডাপ্টাৰ চিনাক্ত কৰা হৈছিল নে নিৰীক্ষণ কৰিবলৈ:
<steps>
<item>
এটা টাৰ্মিনেল খোলক, <cmd>lspci</cmd> টাইপ কৰক আৰু <key>Enter</key> টিপক।
</item>
<item>
Look through the list of devices that is shown and find any that are
marked Network controller or Ethernet
controller. Several devices may be marked in this way; the one
corresponding to your wireless adapter might include words like
wireless, WLAN, wifi or
802.11. Here is an example of what the entry might look
like:
নেটৱাৰ্ক নিয়ন্ত্ৰক: Intel Corporation PRO/Wireless 3945ABG [Golan] নেটৱাৰ্ক সংযোগ
</item>
<item>
যদি আপুনি আপোনাৰ বেতাঁৰ এডাপ্টাৰ তালিকাত পাইছে, <link xref="net-wireless-troubleshooting-device-drivers">ডিভাইচ ড্ৰাইভাৰ স্তৰ</link> লৈ যাওক। যদি আপুনি আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ সৈতে প্ৰাসংগিক একো নাই পোৱা, <link xref="#not-recognized">তলত দিয়া নিৰ্দেশ চাওক</link>
</item>
</steps>
Wireless adapters that plug into a USB port on your computer are less
common. They can plug directly into a USB port, or may be connected by a USB
cable. 3G/mobile broadband adapters look quite similar to wireless (wifi)
adapters, so if you think you have a USB wireless adapter, double-check that
it is not actually a 3G adapter. To check if your USB wireless adapter was
recognized:
<steps>
<item>
এটা টাৰ্মিনেল খোলক, <cmd>lsusb</cmd> টাইপ কৰক আৰু <key>Enter</key> টিপক।
</item>
<item>
ডিভাইচসমূহৰ তালিকা চাওক আৰু এটা বেতাঁৰ অথবা নেটৱাৰ্ক ডিভাইচক প্ৰসংগ কৰা এটা ডিভাইচ সন্ধান কৰক। আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ সৈতে প্ৰসংগ কৰা বেতাঁৰ এডাপ্টাৰে বেতাঁৰ, WLAN, wifi অথবা 802.11 শব্দবোৰ অন্তৰ্ভুক্ত কৰিব পাৰে। প্ৰৱিষ্টি দেখাত এনেকুৱা হব পাৰে:
Bus 005 Device 009: ID 12d1:140b Huawei Technologies Co., Ltd. EC1260 Wireless Data Modem HSD USB Card
</item>
<item>
যদি আপুনি আপোনাৰ বেতাঁৰ এডাপ্টাৰ তালিকাত পাইছে, <link xref="net-wireless-troubleshooting-device-drivers">ডিভাইচ ড্ৰাইভাৰ স্তৰ</link> লৈ যাওক। যদি আপুনি আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ সৈতে প্ৰাসংগিক একো নাই পোৱা, <link xref="#not-recognized">তলত দিয়া নিৰ্দেশ চাওক</link>
</item>
</steps>
PCMCIA বেতাঁৰ এডাপ্টাৰসমূহ সাধাৰণত আয়ত আকৃতিৰ কাৰ্ড হয় যি আপোনাৰ লেপটপৰ কাষত স্লট হয়। সিহতক সাধাৰণত পুৰনি কমপিউটাৰসমূহত পোৱা যায়। আপোনাৰ PCMCIA এডাপ্টাৰ চিনাক্ত হৈছিল নে নিৰীক্ষণ কৰিবলৈ:
<steps>
<item>
বেতাঁৰ এডাপ্টাৰ প্লাগ ইন নথকাকৈ আপোনাৰ কমপিউটাৰ আৰম্ভ কৰক।
</item>
<item>
এটা টাৰ্মিনেল খেলক আৰু নিম্নলিখিত টাইপ কৰক, তাৰ পিছত <key>Enter</key> টিপক:
tail -f /var/log/messages
ই আপোনাৰ কমপিউটাৰৰ হাৰ্ডৱেৰৰ সৈতে জড়িত বাৰ্তাসমূহৰ এটা তালিকা প্ৰদৰ্শন কৰিব, আৰু আপোনাৰ হাৰ্ডৱেৰ পৰিবৰ্তনৰ বাবে কিবা কৰিব লগিয়া থাকিলে স্বচালিতভাৱে আপডেইট কৰিব।
</item>
<item>
আপোনাৰ বেতাঁৰ এডাপ্টাৰক PCMCIA স্লটত সুমুৱাওক আৰু টাৰ্মিনেল উইন্ডোত কি পৰিবৰ্তন হয় চাওক। পৰিবৰ্তনসমূহে আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ বিষয়ে কিছুমান তথ্য অন্তৰ্ভুক্ত কৰিব লাগে। সিহতক চিনাক্ত কৰিব পাৰে নে চাওক।
</item>
<item>
কমান্ডক টাৰ্মিনেলত চলাৰ পৰা ৰখাবলৈ, <keyseq><key>Ctrl</key><key>C</key></keyseq> টিপক। আপুনি তেনেকুৱা কৰাৰ পিছত, আপুনি টাৰ্মিনেল বন্ধ কৰিব পাৰে।
</item>
<item>
যদি আপুনি আপোনাৰ বেতাঁৰ এডাপ্টাৰ বিষয়ে কোতো তথ্য পাইছে, <link xref="net-wireless-troubleshooting-device-drivers">ডিভাইচ ড্ৰাইভাৰ স্তৰ</link> লৈ যাওক। যদি আপুনি আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ সৈতে প্ৰাসংগিক একো নাই পোৱা, <link xref="#not-recognized">তলত দিয়া নিৰ্দেশ চাওক</link>
</item>
</steps>
If your wireless adapter was not recognized, it might not be working
properly or the correct drivers may not be installed for it. How you check to
see if there are any drivers you can install will depend on which Linux
distribution you are using (like Ubuntu, Arch, Fedora or openSUSE).
নিৰ্দিষ্ট সহায় প্ৰাপ্ত কৰিবলৈ, আপোনাৰ বিতৰনৰ ৱেবছাইটত সমৰ্থন বিকল্পসমূহ চাওক। ই মেইলিং তালিকা আৰু ৱেব চেট অন্তৰ্ভুক্ত কৰিব পাৰে য'ত আপুনি আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ বিষয়ে সোধিব পাৰিব, উদাহৰণস্বৰূপ।
</page>